Breaking

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কৰ’ণাৰ আতংক

0 2,306

 সাতদিনলৈ বন্ধ থাকিব সন্দিকৈ ছোৱালী মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে , এই ঘোষণা মহানগৰ প্ৰশাসনৰ।৭ ডিচেম্বৰলৈ মহাবিদ্যালয়খন বন্ধ থাকিব সন্দিকৈ ছোৱালী মহাবিদ্যালয়।সন্দিকৈ ছোৱালী মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপকৰ লগতে শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে মহানগৰ প্ৰশাসনে মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.