Breaking

‘অসম দিৱস’ৰ দিনাই কণ্ঠশিল্পী কুসুম কৈলাশক ‘লাংকুৰী দেওশাল পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি

0 98

‘অসম দিৱস’ৰ দিনাই লাংকুৰি দেওশালত কণ্ঠশিল্পী কুসুম কৈলাশক ‘চৰাইদেউ আমাৰ গৌৰৱ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে লাংকুৰী দেওশাল পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে৷’চৰাইদেউ আমাৰ গৌৰৱ’, টাই আহোম যুৱ পৰিষদ, তাও ইষ্ট ফাউণ্ডেচন অফ ইণ্ডিজেনাচ পিপল’চ অৱ মুং-ডুন-চুন-খাম, বীৰ লাচিত সেনা আৰু স্থানীয় ৰাইজৰ সহযোগত বৃহস্পতিবাৰে চৰাইদেউৰ দ’লবাগান লাংকুৰি দেওশাল প্ৰাংগণত অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওলুং চুকাফাক স্মৰণ কৰি দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ‘চুক্যাফা দিৱস’।

Leave A Reply

Your email address will not be published.