কোভিড টিকাকৰণ সম্পৰ্কে বিশ্বজিৎ দৈমাৰীয়ে ওদালগুৰিবাসীক অনুপ্ৰাণিত কৰে

মাননীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে ২/১২/২০২১ তাৰিখে ওদালগুৰি জিলাৰ খোইৰাবাৰী বিপিএইচচিৰ অধীনত গীতিবাৰী এইচডব্লিউচি পৰিদৰ্শন কৰে আৰু কোভিড টিকাকৰণ সম্পৰ্কে লোকসকলক অনুপ্ৰাণিত কৰে। মাননীয় অধ্যক্ষই স্বাস্থ্য কৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাকো ধন্যবাদ জনাই।

Related Articles