ৰাষ্ট্ৰপতিক সাক্ষাত কৰি ডিজিটেল বাজেট হাতত লৈ সংসদ ভৱনত নিৰ্মলা সীতাৰমণ

  • ডিজিটেল বাজেট হাতত লৈ সংসদ ভৱনত উপস্থিত নিৰ্মলা সীতাৰমণ।
  • প্ৰথমে ৰাষ্ট্ৰপতিক সাক্ষাত কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
  • সাজু হৈছে বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলো।
  • এইখন সীতাৰমণৰ কাৰ্যকালৰ ৪ৰ্থ খন বাজেট।
  • এইবাৰ ২য় বাৰৰ বাবে ডিজিটেল বাজেট দাখিল কৰিব সংসদত।
  • দিনৰ ১১ বজাত লোকসভাত দাখিল কৰিব এই বাজেট।

Related Articles