১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকিব সান্ধ্য আইন, সকলোতে সকাহ!

  • ৰাজ্যত নাথাকিব নৈশ কাৰ্ফিউ, খুলিব সকলো শিক্ষানুষ্ঠান।

  • ১০০শতাংশ দৰ্শক উপস্থিত থাকিব পাৰিব চিনেমা হলত।

  • মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ দুপালি ভেকচিন লোৱাটো বাধ্যতামূলক।

  • জিম, চুইমিং পুল সকলো খোলা হব।

  • ১৫ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হব এই নতুন sop

  • ১৫মাৰ্চৰ পূৰ্বে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীয়ে লব লাগিব ভেকচিন।

Related Articles