Breaking

পুনৰ অশান্ত জন্মু-কাশ্মীৰ!

0 61
  • জন্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ।

  • শ্ৰীনগৰত এটা আৰক্ষীদলক আক্ৰমণৰ লক্ষ্য কৰি ল’লে সন্ত্ৰাসবাদীয়ে।

  • আৰক্ষীৰ দলৰ ওপৰত নিক্ষেপ কৰিলে হেণ্ড গ্ৰেণেড।

  • আৰক্ষীয়ে জনোৱা মতে এই ঘটনা শ্ৰীনগৰৰ পুৰণি নোহোট্টা অঞ্চলত সংঘটিত হৈছে।

  • এই আক্ৰমণৰ ফলত এজন আৰক্ষীৰ বিষয়া আহত হৈছে।

  • আহত আৰক্ষী বিষয়াজনক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত।

  • আনহাতে এই আক্ৰমণৰ ফলত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ক্ষতি হৈছে।

Leave A Reply

Your email address will not be published.