- উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে বিহুক লৈ জাৰি কৰিছে নতুন নিৰ্দেশনা।
- বিহু পাঠ্যক্ৰমৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে পৰীক্ষকৰ থাকিব লাগিব বিশেষ যোগ্যতা।
- তেওঁ স্নাতকোত্তৰ হ’ব লাগিব, যিকোনো বিষয়ত।
- তেওঁৰ বিহুৰ থিয়ৰী আৰু ব্যৱহাৰিক দিশত জ্ঞান থাকিব লাগিব।
- তেওঁ যিকোনো চৰকাৰী বা প্ৰাদেশিককৰণ উচ্চ/উচ্চতৰ মাধ্যমিক, বিদ্যালয় বা মহাবিদ্যালয়ৰ শিক্ষক হ’ব লাগিব।