Breaking

দৰঙৰ লালপুলত ভয়ংকৰ পথ দূৰ্ঘটনা।

0 30

দৰঙৰ লালপুলত ভয়ংকৰ পথ দূৰ্ঘটনা। ড্ৰাম্পাৰ আৰু ট্ৰাক চালকৰ ময়মতালিৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়

আজি দৰঙৰ জিলাৰ দলগাও থানাৰ অন্তৰ্গত লালপুলৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দিনৰ প্ৰায় 11 মান বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।


ডামপাৰ আৰু বুলুৰো মাজত মুখামুখি সংঘৰ্ষত আহত হয় এজন । ড্ৰাম্পাৰ চালক বৰ্তমান পলাতক অৱস্থাত আছে।
দলগাওঁৰ পৰা তেজপুৰ অভিমুখী বুলুৰো বাহনখন আনহাতে ড্ৰাম্পাৰ বিপৰীত মুখৰ পৰা যাওঁতে মুখামুখি সংঘৰ্ষত দুৰ্ঘটনা হয়।
বলৰো গাড়ীৰ নম্বৰ AS O1NC2640 আৰু ড্ৰাম্পাৰ খনৰ নম্বৰ এছ 01X 3446 ।

Leave A Reply

Your email address will not be published.