Breaking

পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য।

0 2,041

আজিৰে পৰা পুনৰ বৃদ্ধি হ’ল চিলিণ্ডাৰৰ মূল্য। ১০৫ টকা পৰ্যন্ত বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য।বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে এই মূল্য বৃদ্ধি।দিল্লী,কলকাতা,চেন্নাই আৰু মুম্বাইত বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য।আনহাতে ৭ মাৰ্চৰ পাছত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা।ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধৰ পিছত তেল আৰু চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে চৰ্চা চলি আছিল আৰু এতিয়া ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে।

Leave A Reply

Your email address will not be published.