Breaking

ভাৰতীয় পতাকা ব্যাৱহাৰ কৰিহে পলায়ন কৰিবলৈ সক্ষম পাকিস্তান আৰু তুৰ্কীৰ শিক্ষাৰ্থী সকল।

0 2,040

ভাৰতীয় পতাকা ব্যাৱহাৰ কৰিহে পলায়ন কৰিবলৈ সক্ষম পাকিস্তান আৰু তুৰ্কীৰ শিক্ষাৰ্থী সকল।
ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে ভাৰতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।ইতিমধ্যে ভাৰত চৰকাৰে কৈছে যে ইউক্ৰেইনৰ ৰাজধানীৰ পৰা সকলো ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। ইউক্ৰেইনত আৱদ্ধ ৬০ শতাংশ লোকক ৰোমানিয়া, পোলেণ্ড আদি দেশৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।ইউক্ৰেইনৰ পৰা উদ্ধাৰ পিছত ছাত্ৰ সকলে ভাৰেত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে কয় যে “ভাৰতীয় পতাকা আৰু ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলে পাকিস্তানী আৰু তুৰ্কীৰ ছাত্ৰ সকলক উদ্ধাৰৰ বাবে যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে,” কিয়নো পাকিস্তানী আৰু তুৰ্কী বহু ছাত্ৰ ছাত্ৰীয়ে ভাৰতৰ পতাকা হাতত লৈহে দেশখনৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে বুলি কয়।

Leave A Reply

Your email address will not be published.