এগৰাকী মডেলৰ এটা দাঁতৰ মূল্য লাখ লাখ টকা!

এগৰাকী মডেল,তেওঁৰ নাম এলি ৰে।এই মডেল গৰাকীৰ এটা দাঁ‌তৰ মূল্য লাখ লাখ টকা।সকলো মানুহৰে জীৱনত এনে কিছুমান ঘটনা থাকে যিবিলাক আনৰ আগত বৰ্ণবা কৰিলে এক অদ্ভূত কথা যেন লাগে।এলি ৰে নামৰ মডেল গৰাকীয়েও তেওঁৰ জীৱনত এনে কিছুমান পৰিস্থিতি সন্মুখীন হৈছে সেই পৰিস্থিতি কথা তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।এলি ৰে হৈছে এগৰাকী আমেৰিকান মডেল।এই মডেল গৰাকী আছে বহু অনুৰাগী।তেওঁ এজন অনুৰাগীয়ে তেওঁ দাঁ‌ত বিলাক যথেষ্ট ভাল পাইছিল।

সেই অনুৰাগী জনে তেওঁৰ দাঁ‌ত সমূহ কিনিব বিচাৰিছিল তাৰ মূল্য হিচাপে মডেল গৰাকীক দিব বিচাৰিছিল ১৫ লাখ টকা।এলি ৰে য়ে অনুৰাগী কথা শুনি হাঁ‌হিছিল আৰু দাঁ‌ত দিবলৈ অস্বীকাৰ কৰিছিল।আপোনাৰ জীৱনতো ঘটা তেকে কিবা আচৰিত অভিজ্ঞতা আছে নেকি যদি আছে সামাজিক মাধ্যমত বৰ্ণনা কৰক।

Related Articles