শিক্ষাৰ্থী সকলৰ বাবে ভাল খবৰ!

শিক্ষাৰ্থী সকলৰ বাবে আন এক ভাল খবৰ।এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে কলেজলৈ যাবলৈ মাক-দেউতাকৰ টকা বিচাৰিব নালাগে এতিয়াৰে পৰা শিক্ষাৰ্থীসকলৰ দায়িত্ব লব ৰাজ্য চৰকাৰে।এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী গৰাকীয়ে দিলে অলেখ প্ৰতিশ্ৰুতি।কলেজীয়া ছাত্ৰীসকলে যাতে কলেজলৈ গ’লে মাক-দেউতাকৰ পৰা টকা বিচাৰিব নালাগে। তাৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।ছাত্ৰীসকলক নামভৰ্তি লগতে প্ৰতিদিনে অহাযোৱা খৰচ দিব চৰকাৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহৎ ঘোষণা।

‘কলেজীয়া ছাত্ৰীসকলে এতিয়াৰে পৰা কলেজলৈ যোৱাৰ নামত টকা বিচাৰিব নালাগে, তেওঁলোকৰ গাড়ী ভাড়া, খোৱাৰ খৰছৰ দায়িত্ব চৰকাৰে ল’ব’।এইদৰে মাজুলিত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ শিক্ষাৰ্থী সকলক দিলে প্ৰতিশ্ৰুতি।

Related Articles