Breaking

মৰিয়নী নিশা হোৱা মাত্ৰকতে আৰম্ভণি হয় হৰ্চ ট্ৰেডিংৰ ৰাজনীতি৷

0 2,057

পৌৰসভা নিৰ্বাচনত মৰিয়নীত BJP দলে মুখথেকেঁচা খায় মাত্ৰ দুখন আখনতে সীমাবদ্ধ থাকে তাৰ বিপৰীতে ৮ খন আখন লৈ বৃহৎ জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থি ৷মৰিয়নী পৌৰনিগমৰ নিৰ্বাচনত BJP ৰ পৰাজয় পাছত মৰিয়নী বিধায়কৰ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷পৰাজয় হোৱা পাছতো BJP দলে মৰিয়নী পৌৰনিগমৰ গঠন কৰিব বুলি দাবী ৷ইতিমধ্যে পৌৰনিগমৰ নিৰ্বাচনত জয়ী হোৱা নিৰ্দলীয় প্ৰাৰ্থিৰ সৈতে যোগাযোগ হৈছে পুনৰ তেওঁলোকক BJP দলত যোগদান কৰোৱাৰ লগতে BJP য়ে মৰিয়নী পৌৰনিগমৰ গঠন কৰিব বুলি দাবী কৰে ৷

নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত BJP ৰ পৰা টিকট লাভ নকৰি নিৰ্দলীয় হয় প্ৰতিদনন্দিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থিক BJP ৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৷

Leave A Reply

Your email address will not be published.