দলগাও : সদ্য প্ৰকাশিত উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীসকললৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে অভিনন্দন জ্ঞাপন কৰিছে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসৰ স্বাক্ষৰিত দিয়া প্ৰেছ বিবৃতিৰ জৰিয়তে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত ক’লা, বিজ্ঞান আৰু বাণিজ্য শাখাত প্ৰথম স্থান দখল কৰা ক্ৰমে দৰং জিলাৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুবালী ডেকা আৰু নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী শ্ৰদ্ধা বৰগোহাঁই, বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ অবিনাশ কলিতা আৰু ডিব্ৰগড় জিলাৰ ছল্টব্ৰক একাডেমী কৃষ্ণা মহেশ্বৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আমছুৱে। জীৱন বেলাৰ প্ৰথম খোজত যিদৰে সফলতা লাভ কৰিছে সেইদৰে জীৱনৰ গুৰুত্বপূৰ্ণ স্তৰবোৰো এইদৰে সমফলতাৰ দ্বাৰা অব্যাহত ৰাখি দেশ আৰু জাতিৰ কাৰণে একো একোটা সম্পদ লৈ ৰূপান্তৰিত হওঁক তাকে এই শুভ মুহূৰ্তত কামনা কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়