সমগ্ৰ দেশৰ লগতে নামনি অসমৰ বঙাইগাঁৱতো হনুমান জয়ন্তী পালন

সমগ্ৰ ভাৰতবৰ্ষ ,উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমত আজি হনুমান জয়ন্তী পালন কৰাৰ মূলতঃ নামনি অসমতো প্ৰতিখন জিলাত এই জয়ন্তী পালন কৰাৰ বাতৰি পোৱা গৈছে।আৰু কোনো গুণে পিছ পৰি ৰোৱা নাই বঙাইগাঁও জিলা।প্রাপ্ত বাতৰিমতে শ্ৰী হনুমান জয়ন্তী সমাৰোহ সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে বেছ উলহ -মালহেৰে বিভিন্ন কাৰ্যসূচী পালন কৰাৰ লগতে জিলা সদৰ চহৰখনত অৱস্থিত বড়ো বজাৰ হনুমান মন্দিৰৰ পৰা উত্তৰ বঙাইগাঁও হনুমান মণ্ডিৰলৈ সমগ্ৰ চহৰখন সহস্ৰাধিক লোকে শোভাযাত্ৰা ৰে পৰিভ্ৰমণ কৰে।

উক্ত শোভাযাত্ৰাত নেতৃত্ব দিয়ে নেতৃত্ববীদ কৃষ্ণ কুমাৰ ৰায়,ৰাজা সেন গুপ্তা আৰু বিকাশ সিংহ আদিয়ে।

Related Articles