- অনিবাৰ্য কাৰণত উঃমাঃ ১ম বাৰ্ষিকৰ পৰীক্ষাৰ সূচী কিছু সালসলনি
- ৪ মে’, ১৯ মে’ৰ পৰীক্ষাসমূহ হ’ব ক্ৰমে ৩০ মে’, ৩১ মে’ত
- ৪ মে’ৰ আগবেলা আছিল ইংৰাজী, পিছবেলা বিহু বিষয়ৰ পৰীক্ষা
- ৩০ মে’ৰ আগবেলা হ’ব ইংৰাজীৰ পৰীক্ষা, পিছবেলা বিহু
- ১৯ মে’ৰ আগবেলা আছিল ইক’নমিক জিঅ’গ্ৰাফী/মিউজিক গ্ৰুপ বি
- এই দুয়োটা বিষয়ৰ পৰীক্ষা হ’ব ৩১ মে’ৰ আগবেলা
- ১৯ মে’ৰ পিছবেলা গণিতৰ পৰীক্ষা হোৱাৰ কথা আছিল
- নতুন সূচী অনুসৰি গণিতৰ পৰীক্ষা হ’ব ৩১ মে’ৰ পিছবেলা
- জনালে AHSECৰ পৰীক্ষা নিয়ন্ত্ৰকে