Breaking

গৌৰীপুৰৰ তাৰঘাটত দাউদাউ কৈ জ্বলিল এখন মাৰুতি বাহন!কথমপি প্ৰাণ ৰক্ষা চাৰি যুৱকৰ

0 1,198

এক মৰ্মান্তিক।গাৰ নোম শিয়ৰি উঠা দৃশ্য। কেমেৰাত বন্দি হৈ ৰ’ল এই শিহৰণকাৰী দৃশ্য। দাউদাউ কৈ জ্বলি নিমিষতে পুৰি ছাই হ’ল এখন মাৰুতি এল্টো।গৌৰীপুৰৰ পৰা বিলাসীপাৰা অভিমুখে গৈ থকা অৱস্থাত তাৰঘাটৰ দলংৰ ৰেলিংত তীব্ৰবেগত খুন্দা মৰাৰ ফলত অগ্নিকাণ্ড সংগঠিত হয়।ৰাইজৰ অশেষ প্ৰচেষ্টাত চাৰি গৰাকী যুৱকৰ প্ৰাণ ৰক্ষা পৰে।

Leave A Reply

Your email address will not be published.