Breaking

দালালৰ বিৰুদ্ধে, কাজাইকাটা তৃতীয় খণ্ড গাঁৱবাসী জনতাৰ উত্তাল প্ৰতিবাদ

0 1,076

দালালৰ বিৰুদ্ধে, কাজাইকাটা তৃতীয় খণ্ড গাঁৱবাসী জনতাৰ উত্তাল প্ৰতিবাদ। দালাল আবুল হোসেনক গাঁৱবাসী জনতাই বিদ্যুৎতৰ বাবে টকা নিদিয়াৰ বাবেই বিদ্যুৎতৰ তাঁৰ কাটি দিয়াৰ অভিযোগ উঠিছে। জনতাই বিদ্যুৎতৰ মাছুল আদায় থকাৰ পিছতো প্ৰচণ্ড গৰম আৰু এন্ধাৰৰ ভিতৰত জীৱন নিৰ্বাহ কৰি থকা বুলি পৰিলক্ষিত হৈছে। যাৰ ফলত দালাল আবুল হোসনৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ কাজাইকাটা তৃতীয় খণ্ড গাঁৱবাসী জনতাই, এনেদৰে বিভিন্ন শ্লো’গানৰে উত্তাল প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে।

এগৰাকী দালালৰ দুৰ্নীতি দৰ্পনৰ পৰিচয় পত্ৰ আনি নিজকে এজন মহা সাংবাদিক বুলি পৰিচয় দি বিভিন্ন ঠাইত ধন দাৱী কৰাৰো অভিযোগ উঠিছে।।
এই অভিযোগ আমাৰ নহয়, সাধাৰণ জনতাৰ হয়,বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.