589 নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিলে ছিপাঝাৰৰ Happy Child School ছাত্ৰ আকাশদ্বীপ ভূঞাই

হাইস্কুল শিক্ষান্ত পৰীক্ষাত 589 নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিলে ছিপাঝাৰৰ Happy Child School ছাত্ৰ আকাশদ্বীপ ভূঞাই। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছিপাঝাৰৰ Happy Child স্কুলৰ পৰা নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে আকাশ দীপ ভূঞাই।

৫৮৯ নম্বৰ লাভ কৰা আকাশ দীপ ভূঞাক লৈ গৌৰৱ কৰিছে Happy Child স্কুলৰ লগতে ছিপাঝাৰ বাসীয়ে।

Related Articles