আজি ঘোষনা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২২ ৰ ফলাফল ।
ফলাফলত উজ্বলিল নলবাৰীৰ ৪ জনকৈ ছাত্ৰ ছাত্ৰী ।
নলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা দশম স্থানত উজ্বলিল দিব্যজ্যোতি লহকৰ ।
দিব্যজ্যোতি লহকৰে লাভ কৰিছে সৰ্বমুঠ ৫৮৮ নম্বৰ ।
ছাত্ৰ জনৰ এই সাফল্য দেখি ফটকা ফুটাই স্থানীয় লোকে আনন্দ উল্লাস কৰাত পৰিলক্ষিত হয় ।