তেজপুৰৰ চাক্ৰিড হাৰ্ট স্কুলৰ ছাত্ৰ কল্লোল বিশ্বাসৰ দশম স্থান লাভ

আজি ৭ মে। ঘোষণা কৰা হ’ল অতি উৎসাহেৰে ভৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা-২২ৰ ফলাফল।ৰাজ্যখনৰ মুঠ ৪,৩১,১৩২ গৰাকী পৰিক্ষাৰ্থীয়ে এইবাৰ হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে মুঠ ২,২৯,১৩১গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত তেজপুৰৰ চাক্ৰিড হাৰ্ট স্কুলৰ ছাত্ৰ কল্লোল বিশ্বাসে ৫৮৮ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হয়।

Related Articles