অসম হাইমাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰতে ২য় স্থান লাভ কৰিছে অভয়াপুৰী পিৰাধৰা হাইমাদ্ৰাছাৰ ছাত্র মুস্তাক আহমেদে

অসম হাইমাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰতে ২ য় স্থান লাভ কৰিছে অভয়াপুৰী পিৰাধৰা হাইমাদ্ৰাছাৰ ছাত্র মুস্তাক আহমেদে। ছাত্র গৰাকীয়ে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক পোৱাৰ লগতে ৫৫০ নম্বৰ পাবলৈ সক্ষম হৈছে।

ক্ৰিকেট খেল ভাল পোৱা মুস্তাক আহমেদে ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে ।

Related Articles