ছিপাঝাৰত পুনৰ পথ দুৰ্ঘটনা! দুৰ্ঘটনাত এজনৰ মৃত্যু

ছিপাঝাৰত পুনৰ দুৰ্ঘটনাত এজনৰ মৃত্যু৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছিপাঝাৰত পুনৰ পথ দুৰ্ঘটনা । চহৰৰ ট্ৰেফিক পইন্টত সংঘঠিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। ট্ৰাকৰ চেপাত বাইক আৰোহীৰ মৃত্যু, থিতাতে মৃত্যু হোৱা লোক জনৰ নাম পবিত্ৰ ডেকা
লোক জনৰ ঘৰ ছিপাঝাৰ মাৰৈ চান্দেই পাৰাত।আহত লোক জন একে গাঁৱৰ নাম হিতেশ্বৰ ডেকা ।আহত জনক সংকট জনক অবস্থাত GMCH লৈ প্ৰেৰন।

মঙলদৈ অভিমুখি নম্বৰ বিহীন ইটা ভৰ্তি ট্ৰাকে মহটিয়াই লৈ গ’ল বাইক আৰোহিক।ঘটনাৰ পিছতেই উতপ্ত পৰিস্থিতি ছিপাঝাৰত ৰাইজে বন্ধ কৰিলে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ।এজনৰ থিতাতে মৃত্যু।

Related Articles