Breaking

বন্ধ হ’ল গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰীসেৱা

0 1,088

বন্ধ হ’ল গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা

১৭ জুনৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ ফেৰী সেৱা

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবেই বন্ধ কৰা হৈছে ফেৰী সেৱা

আভ্যন্তৰীণ জল পৰিবহন বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা

শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ পৰা কাৰ্যকৰী হব এই নিৰ্দেশনা

ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগে অসুবিধাৰ সন্মুখীন হব যাত্ৰীসকল

Leave A Reply

Your email address will not be published.