মৰিগাঁও জিলাৰ মায়ঙৰ বিভিন্ন অঞ্চল মহীয়া বানৰ কবলত। সমগ্ৰ ৰাজ্যতে নেৰা -নেপেৰা বৰষুনৰ ফলত ব্ৰহ্মপুত্ৰ,কপিলী আদি নদ- নদীৰ জল পৃষ্ঠ বৃদ্ধি হোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানী হোৱা পৰিলক্ষিত হৈছে।

সমান্তৰালকৈ মাঙৰ ন ন অঞ্চলৰ লগতে পবিতৰা অভয়াৰণ্যত 50 শতাংশ অঞ্চল বানৰ কবলত। শিলডুবি,কোছিয়ানী,টুপলুঙি হাঁহচৰা অঞ্চল বানৰ কবলত। 14 খন বনৰৈক্ষী শিবিৰ বানৰ কবলত। নিৰাপত স্থানলৈ দাপলি মেলিবলগা হৈছে জীৱ জন্তু সমূহৰ। জানিব পৰা মতে 50 শতাংশ অঞ্চল বানৰ কবলত যদিও এতিয়াও খয় খতি হোৱা নাই বলি জানিব পৰা গৈছে।