অম্বুবাচীলৈ অহা ভক্তৰ দেহত ধৰা পৰিছে ক’ভিড প’জিটিভ
পশ্চিমবংগৰ পৰা অহা ভক্তৰ দেহত ধৰা পৰিছে ক’ভিড
কামাখ্যাৰ চৌহদত ক’ভিড টেষ্ট কৰা হৈছিল লোকজনক
সেই পৰীক্ষাতেই ব্যক্তিগৰাকীৰ দেহত কভিডৰ উপস্থিতি ধৰা পৰে
পশ্চিম বংগৰ পৰা অহা তীৰ্থযাত্ৰীজনক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে
ইয়াৰ পাছতেই মন্দিৰ কৰ্তৃপক্ষই কিছু নিষেধাজ্ঞা আৰোপ কৰিছে
দেশত পুনৰ বৃদ্ধি হৈছে কৰ’নাত আক্ৰান্তৰ সংখ্যা
বিগত ২৪ ঘণ্টাত দেশত ১৭,৩৩৬ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে
দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৯০ হাজাৰলৈ বৃদ্ধি হৈছে