বিদ্যুৎ বিভাগৰ নামত অহা মেচেজৰ পৰা সাৱধান
আপোনালৈ আহিছে নেকি বিদ্যুৎ বিভাগৰ নামত SMS
ভুলটো কল নকৰিব SMSত অহা নম্বৰত

ৰাজ্যৰ বহু লোকলৈ আহিছে বিদ্যুৎ বিভাগৰ নামত এই SMS
বিদ্যুৎ মাছুল নিদিয়াক লৈ WhatsAppত আহে এই SMS
এনে SMSৰ পৰা সাৱধান হ’বলৈ পৰামৰ্শ বিদ্যুৎ বিভাগৰ