Breaking

বৰালিমাৰী আঞ্চলিক ঈদগাহ ময়দানত ঈদ-উল-আজহাৰ নামাজ সম্পন্ন

0 1,607

মৰিগাঁও জিলাৰ ভূৰাগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰী আঞ্চলিক ঈদগাহ ময়দানত ঈদ-উল-আজহাৰ নামাজ অৰ্ধ-শতাধিক লোকে সমাবেশত ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হয়।ঈদ উপলক্ষে ইছলাম ধৰ্মী লোক সকলৰ মাজত ব্যাপক উৎসা স্ফুৰ্তি উদিপনা দেখা পোৱা যায়।

ইজনে সিজনক ঈদ মোবাৰক জনায় ঈদৰ শুভেচ্ছা জনালোঁ পৰিলক্ষিত হয়।আনহাতে ঈদগাহ ময়দানৰ চৌপাশৰ লগতে গাৱঁৰ চাৰিওফালে ৰঙীন আগজৰ আবিৰৰে ৰঙীন কৰি তুলিছে।কণ কণ ল’ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা-বুঢ়ালৈ সকলোৰে মাজত পবিত্ৰ ঈদৰ আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.