শিল্পী, কলা-কুশলী তথা সাংস্কৃতিক জগতৰ মন্দিৰ স্বৰুপ জ্যোতি চিত্ৰবন। জ্যোতি চিত্ৰবনত আজিৰে পৰা শিল্পী, কলা-কুশলীৰ বাবে মূল অংগ হৈ পৰিল গুৱাহাটী জংচন।
জ্যোতি চিত্ৰবনক নতুন মাত্ৰা প্ৰদানেৰে শিল্পী, কলা-কুশলীৰ সুবিধাৰ্থে সোমবাৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে আনুস্থানিক ভাবে শুভ উদ্দ্বোধন কৰে গুৱাহাটী জংচন নামৰ হোটেলখন।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা আৰু জ্যোতি চিত্ৰবনৰ সচিব মনিকা বৰগোঁহাই।