Breaking

হিন্দু জাপৰী ৰাইজৰ বাঁহৰ দলং নিৰ্মাণৰ ক্ষেত্ৰত বৰালিমাৰী গাঁও পঞ্চায়তৰ সহায়ৰ হাত

0 1,618

৫ জুলাই তাৰিখে সকলোৰে প্ৰীয় ডিজিটেল চেনেল ‘DB NEWS’ আৰু অসমীয়া বাতৰি কাকত ‘দৈনন্দিন বাৰ্তা’ কাকতখনত আমাৰ সাংবাদিক ৰাশিদুল ইছলামে যোগোত কৰা ” বৰালিমাৰী হিন্দু জাপৰিৰ গড়কাপ্তনী পথচোৱাৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে ” শ্ৰীৰ্ষক বাতৰিটো প্ৰকাশ পোৱাৰ পিছত, বৰালিমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰেহেলীকা বড়ো আৰু পঞ্চায়তৰ সচিবে উক্ত গাওঁ বাসীৰ যাতায়তৰ দলং নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগত ভাৱে কিছুমান পৰিমাণৰ ধন আগবঢ়াই বুলি স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে বৰালিমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবে আমাৰ সাংবাদিক ৰাশিদুল ইছলামক ব্যক্তিগত ভাৱে লগ কৰি গড়কাপ্তনী পথচোৱাৰ পুণনিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে।ইফালে উক্ত গাওঁ বাসীৰ লগতে পথচাৰীয়ে পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবৰ এনে পদক্ষেপৰ বাবে প্ৰশংসা কৰা পৰিলক্ষিত হয় ।

Leave A Reply

Your email address will not be published.