Breaking

চাপৰত বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰাৰ লগতে নিৰ্বাচনী ৰণডংকা

0 1,529

হয় ধুবুৰী জিলাৰ চাপৰ বিজেপিয়ে সাংগঠনিক ভেটি মজবুত কৰাৰ লগতে আগন্তুক পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনৰ বাবে দেখা গৈছে নিৰ্বাচনী তৎপৰতা।

সেই উপলক্ষে চাপৰ বিজেপি টাউন মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাখন বুধবাৰে চাপৰৰ মহামায়া হোটেলৰ প্ৰেক্ষাগৃহত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰে আৰম্ভ হয়।

সভাত আগন্তুক পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনৰ বাবে বিশেষকৈ আলোচনা কৰা লগতে কি দৰে সাংগঠনিক ভেটি মজবুত কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰা হব সেই উপলক্ষে ৰণ নিতি তৈয়াৰ কৰা দেখা যায়।

Leave A Reply

Your email address will not be published.