Breaking

গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান

0 1,530

বংগ অভিমুখে যোৱা এখন ট্ৰাক আটক কৰে শিমুলটাপু আৰক্ষীয়ে

ইটা কঢ়িওৱা ট্ৰাকৰ পৰা মদৰ কাটুন উদ্বাৰ

ইটাৰ ভিতৰত লুকাই আনিছিল মদৰ কাটুন সমুহ

ট্ৰাকখনৰ নম্বৰ আছিল- BRO6. – GD – 2444

বৰপেটাৰ পৰা পশ্চিম বংগৰ জলপাই গুৰি লৈ যোৱা কথা আছিল ট্ৰাক খন

Leave A Reply

Your email address will not be published.