Breaking

বৰপেটাৰ সুযোগ্য সন্তান সুৰকাৰ গীতিকাৰ সুধীৰ দাসৰ মৃত্যু

0 1,615

বৰপেটাৰ সুযোগ্য সন্তান সুৰকাৰ গীতিকাৰ সুধীৰ দাসৰ মৃত্যু। অসমৰ সংগীত জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি সুধীৰ দাসৰ আজি আবেলি বাংগালোৰত থকা নিজ পুত্ৰৰ বাসগৃহত ইহলীলা সম্বৰণ।


ভুপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ লগত একেলগে সংগীত পৰিৱেশন কৰা দাসৰ মৃত্যুত সমগ্ৰ বৰপেটা চহৰত শোকৰ ছাঁ পৰিছে।

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.