Breaking

হোজাইৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তৰ

0 1,576

হোজাইৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তৰ। হোজাইৰ ৰাইকটা কছাৰী গাঁওত উপস্থিত হয় আৰু কপিলী নৈৰ শেহতীয়া বানত বিনষ্ট হোৱা বাট-পথ সমূহ তৎকালীন বাবে বনাই দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে হোজাই PWD ক।

লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে জিলাৰ হোজাই, লংকা আৰু ডবকা ৰাজহচক্ৰত ইতিমধ্যে ৩খন ৰাজহ চক্ৰৰ ক্ষতিগ্ৰস্থ অঞ্চল সমূহত অন্য জিলাৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ-কৰ্মচাৰীৰ নেতৃত্বত ৩টা গ্ৰুপে কাম কৰি থকা বুলি জনায়।

হোজাইৰ পৰা দেৱকুমাৰ বৰ্মনৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.