Breaking

উত্তৰ পূব PACKED LPG ট্ৰেন্সপ’টাৰ এছোচিয়েচনে তেওঁলোকৰ কেইবাদফীয়া দাবীত ৰূপায়ন কৰা ধৰ্মঘটৰ আজি দ্বিতীয় দিন

0 1,531

২৪ ঘন্টা পাৰ হৈ যোৱাৰ পিছতো ধৰ্মঘটৰ প্ৰতি সহাৰি জনোৱা নাই IOCL কৰ্তৃপক্ষই।ধৰ্মঘটৰ ফলত অনিদিষ্টকাললৈ বন্ধ উত্তৰ পূবৰ ৭ টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহন সেৱা।বিভিন্ন অজুহাত দেখুৱাই

IOCLকৰ্তৃপক্ষই থলুৱাক Transporter সকলক প্ৰবঞ্চনা কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট।ধৰ্মঘটৰ ফলত বন্ধ উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, গোপানাৰী তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, আৰু দুলীয়াজান বটলিং প্লান্টৰ সম্পূৰ্ন পৰিবহন সেৱা।

ইফালে ,বন্ধৰ ফলত প্ৰতিটো বটলিং প্লান্তত আবদ্ধ হৈ পৰিছে কেইবা সহস্ৰাধিক অধিক ৰন্ধন গেছ কঢ়িওঁৱা বাহন।

ধৰ্মঘট অব্যাহত থাকিল ৰাজ্যত ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা ।

Leave A Reply

Your email address will not be published.