Breaking

ডিমাকুছিত ২৫ সংখ্যক বড়োলেণ্ড গেলেণ্ট গোল্ড কাপ ফুটবল টুৰ্নামেণ্টৰ থীম সংগীত মুকলি অনুষ্ঠান

0 1,652

ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছি ক্ৰীড়া সন্থা আৰু ডিমাকুছি আঞ্চলিক এবছুৰ উদ্যোগত অনুষ্ঠিত বড়োলেণ্ড গোল্ড কাপ ফুটবল টুৰ্নামেণ্ট সমাগত।এইবেলি ২৫ সংখ্যক ৰূপালী বৰ্ষত উপনিত হৈছে।সেয়েহে ৰূপালী বৰ্ষৰ খেল প্ৰতিযোগিতা খনি অধিক স্মৰণিয় কৰিবৰ বাবে থীম সংগীত প্ৰস্তুত কৰা হৈছে।

সমাজসেৱক জৌশ্ৰাং বড়োৰ দ্বাৰা লিখা স্থানীয় যুৱ শিল্পী ফুকন বড়ো আৰু নিতামণি বড়োৰ কন্ঠত প্ৰস্তুত কৰি উলিওৱা থীম সংগীতটি আজি বড়ো সাংস্কৃতিক জগতৰ বিশিষ্ট শিল্পী মিজিংচা বড়োৰ দ্বাৰা ডিমাকুছিত উন্মোচন অনুষ্ঠান আয়োজিত কৰি থীম সংগীতটি ৰাইজৰ বাবে মুক্তি দিয়ে।

Leave A Reply

Your email address will not be published.