Breaking

পুণৰ অসমত কা আন্দোলন …

0 196

নৰ্থ-ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেচন (এনইএছও), সদৌ অসম ছাত্ৰ সংন্থা (এএএছইউ) আৰু অন্যান্য সংগঠনে CAA ধৰি বিভিন্ন জ্বলন্ত বিষয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উত্তৰ–পূব ছাত্ৰ সন্থাকে ধৰি আছুৱে সমগ্ৰ উত্তৰ–পূৰ্বতে কা বাতিল কৰাৰ লগতে সীমা ছীল কৰাকে ধৰি বিভিন্ন দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছ।ছাত্ৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই সন্দভৰ্ত কয় যে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। তেওঁ অসমৰ ৰাইজে কা মনা নাই বুলি উল্লেখ কৰি অসম আৰু উত্তৰ–পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয় বুলি প্ৰকাশ কৰে।

আনহাতে আজি প্ৰসিদ্ধ বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে এক সংবাদমেলত উল্লেখ কৰে যে ২০২০ৰ কা আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদৰ প্ৰসংগত আজিও তদন্ত হোৱা নাই। ন্যায়ালয়ে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অন্তৱৰ্তীকালীন সাহায্য হিচাপে ১৮ বছৰ বয়সৰ ওপৰৰখিনিক ৩ লাখ টকা আৰু ১৮ বছৰ বয়সৰ তলৰখিনিক ২ লাখ টকাকৈ সাহায্য দিয়াৰ বাবে নিৰ্দেশ দিছিলে যদিও ক’ভিডৰ দোহাই দি চৰকাকে তিনি বছৰে তদন্তৰ প্ৰতিবেদন আয়োগক দাখিল কৰিব নোৱাৰাৰ লগতে অন্তৱৰ্তীকালীন সাহায্য প্ৰদান নকৰিলে।

Leave A Reply

Your email address will not be published.