Breaking

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ কেৰেপ নকৰে একাংশই,ভাৰতীয় জাতীয় পতাকাক চৰম অপমান কৰিছে বহুত লোকে…

0 48

৭৬ সংখ্যক স্বাধীনতা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচী ৰুপায়ন কৰা হৈছিল । সৰ্ব সাধাৰণ ৰাইজে হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচী ৰুপান্তৰ কৰে যদিওঁ আজিলৈকে খুলিব নোৱাৰিলে ভাৰতীয় জাতীয় পতাকা।

বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্ত্তনপাৰাত আজি সাংবাদিক মফিদুল ইছলামৰ ন্যাতিত আৰু বজাৰ কমিটি লগত একাংশ সমাজ সেৱকৰ তৎপৰতাত আজি বৰঘোলা আৰক্ষীৰ সহযোগত আজি বাইক, ই ৰিক্সাৰ পৰা খুলি দিয়া হয় ভাৰতীয় জাতীয় পতাকা।মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ কেৰেপ নকৰে একাংশই।ভাৰতীয় জাতীয় পতাকা শ্ৰৰম অপমান কৰিছে বহুত লোকে।

এই ক্ষেত্ৰত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ন নীল ডেকাৰ নিৰ্দেশ মৰ্মে আজি বৰঘোলা আৰক্ষীৰ তৎপৰতাত বহু মটৰ চাইকেল আৰু ই ৰিক্সাৰ পৰা জাতীয় পতাকা খুলি দিয়া পৰিলক্ষিত হয়।এনে সজাগতা কাৰ্যসূচী হাতত লওয়াত সাংবাদিক মফিদুল ইছলামক প্ৰশংসাৰ কৰিছে ৰাইজে।

Leave A Reply

Your email address will not be published.