Breaking

অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীত নিশা উত্তপ্ত পৰিস্থিতি

0 1,570

অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীত নিশা উত্তপ্ত পৰিস্থিতি।বিগত ১৬ আগষ্টত অসম ৰাইফলছ আৰু গেলেকী আৰক্ষীয়ে সীমান্তৱৰ্তী ৰুচাইপানীত পিষ্টল আৰু গুলী সহ আটক কৰে এজন নগা যুৱকক।


শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী ৰুচাইপানীত গেলেকী আৰক্ষীয়ে মটৰ চাইকেল, অস্ত্ৰ-শস্ত্ৰ সহ আটক কৰা নগা যুৱকৰ জিলা কাৰাগাৰতে ৰহস্যজনক মৃত্যু।নগা যুৱকজনৰ নাম হেণ্ডডোৱা ফৰ্ম বুলি জানিব পৰা গৈছে।


কাৰ অত্যাচাৰত মৃত্যু হ’ল অভিযুক্তৰ, চুবুৰীয়া দুই ৰাজ্যৰ মাজত শান্তি শৃংখলা ভংগ হোৱাৰ আশংকা ।বিগত নিশা মৃতদেহ লৈ অৰ্দ্ধশতাধিক নগা লোকে গেলেকী চাৰিআলিত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।

Leave A Reply

Your email address will not be published.