Breaking

বৃহত্তৰ চিলাপথাৰৰ অগ্ৰণী শিক্ষানুষ্ঠান চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ ‘মূল তোৰণ’ আৰু ‘ই-পুথিভঁৰাল’ৰ উদ্বোধন বিধায়ক ভূৱন পেগুৰ

0 1,594

আজি পুৱাই জোনাইৰ বিধায়ক ভূৱন পেগুয়ে সমষ্টিটোৰ অন্তৰ্গত তথা ৰূপালী জয়ন্তী বৰ্ষ গৰকাৰ দিশে ধাৱমান হোৱা বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ ‘মূল তোৰণ’ আৰু ‘ই-পুথিভঁৰাল’ৰ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্হিত থাকে ডঃ লক্ষ্যজিত ভূঞায়ো।

আগন্তুক ৰূপালী জয়ন্তী বৰ্ষৰ বিভিন্ন কাৰ্যসূচীৰ সফলতা আন্তৰিকতাৰে কামনা কৰি মহাবিদ্যালয়খনিৰ উত্তৰোত্তৰ কামনা কৰে ডঃ লক্ষ্যজিত ভূঞাই।

Leave A Reply

Your email address will not be published.