Breaking

বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজালৈ মাত্ৰ কেইদিন মান বাকী, ব্যস্ততা বাঢ়িছে প্ৰতিমা গঢ়া শিল্পী-খনিকৰৰ

0 565

বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজালৈ সন্মুখত পাঁচ দিনহে আছে, ব্যস্ততা বাঢ়িছে প্ৰতিমা গঢ়া শিল্পী-খনিকৰৰ

নগৰবেৰাতো মৃন্ময় প্ৰতিমা গঢ়া শিল্পী খনিকৰৰ সীমাহীন ব্যস্ততা।

দুবছৰে কৰোণাৰ বাবেই মন্দা গ’ল ব্যৱসায়, এইবাৰ ভাল হোৱাৰ আশা মৃন্ময় শিল্পীৰ।

নগৰবেৰা পিজুপাৰা পালপাৰা চুবুৰীত এইদৰে দেৱ-দেৱীৰ প্ৰতিমা গঢ়াৰ ব্যস্ততা বাঢ়িছে নিৰঞ্জন পালৰ শিল্পালয়ত ৷ মৃন্ময় প্ৰতিমাক প্ৰাণৱন্ত কৰিবলৈ কৰি গৈছে বিৰামহীন শ্ৰম।

শতাধিক প্ৰতিমা গঢ়ি গুৱাহাটীলৈ বিক্ৰীৰ বাবে লৈ যায় শিল্পী গৰাকীয়ে , পিছে ব্যৱহৃত প্ৰতিবিধ সামগ্ৰীৰ চৰা দামে বিপদত পেলাইছে শিল্পী সকলক।

কিয়নো সামগ্ৰী বোৰৰ দাম বঢ়াৰ তুলনাত দাম নাবাঢ়িল প্ৰতিমা সমূহৰ।

Leave A Reply

Your email address will not be published.