Breaking

বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ২ ড্ৰাগছ সৰবৰাহকাৰী ধিং আৰক্ষীৰ জালত

0 534

দেওবাৰে নিশা ধিং আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি চলোৱা অভিযানত গায়ন গাৱঁৰ পৰা দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে৷


ধৃত ড্ৰাগছ সৰবৰাহকাৰী ২টা হ’ল মিজানুৰ হুছেইন আৰু আজাহাৰ উদ্দিন৷দুয়োৰে পৰা আৰক্ষীয়ে ৩৩.৫ গ্ৰাম ড্ৰাগছৰ লগতে ড্ৰাগছ ভৰ্টি ২৫ টাকৈ কণ্টেইনাৰ জব্দ কৰে৷

ধিঙৰ পৰা বাশ্বাৰ উল্লাহ মুজাদ্দাদীৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.