প্ৰকাণ্ড বিৰিয়ানি থালি খাই ১০ হাজাৰ টকাৰ পুৰস্কাৰ লাভ কৰিলে এগৰাকী যুৱকে…

বিভিন্ন খাদ্যৰে ভৰপূৰ এখন‌ বিশেষ প্ৰকাণ্ড থালি । এই থালিখনৰ নাম মহাৰাজা থালি । কোনো সাধাৰণ মানুহে থালি খন খাই শেষ কৰাটো সহজ কথা নহয় ।

মহানগৰীৰ আগশাৰীৰ ৰেষ্টুৰেট “ডা বিৰিয়ানি কিংদমত” আছে এই মহাৰাজা থালিখন । এই থালিখন ৩০ মিনিটত খাই শেষ কৰিব পাৰিলে নগদ ১০হাজাৰ টকা লাভ কৰিব ।

বিগত এবছৰে এই মহাৰাজা থালিখন কোনেৱে খাই শেষ কৰিব নোৱাৰিলে কিন্তু ৰবিবাৰে মণিপুৰৰ এজন ১৮বছৰীয়া যুৱকে এই মহাৰাজা থালিখন ২৯ মিনিটত খাই শেষ কৰিলে আৰু লাভ কৰিলে নগদ ১০ হাজাৰ টকা ।

Related Articles