Breaking

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা গুৰুতৰভাৱে অসুস্থ হৈ চিকিত্‍সাধীন

0 116

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা সম্প্ৰতি অতি গুৰুতৰভাৱে অসুস্থ হৈ চিকিত্‍সাধীন গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত।

চিকিত্‍সকে নেৰানেপেৰা চেষ্টা চলাই আছে, কৃত্ৰিমভাৱে তেখেতক দি থকা হৈছে শ্বাস প্ৰশ্বাস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ অসুস্থতাৰ খবৰ লয়।

Leave A Reply

Your email address will not be published.