Breaking

পাকিস্তানৰ বিৰুদ্ধে ৪ উইকেটত ভাৰতৰ জয়…

0 47

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়, ৪ উইকেটত জয় ভাৰতৰ ৷ ২০ বিশ্বকাপ ২০২২ৰ প্ৰথমখন খেলত ভাৰতে পাকিস্তানক ৪ উইকেটত পৰাস্ত কৰিছিল।

ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বিৰাট কোহলীয়ে।

তেওঁ ৮২ ৰানত অপৰাজিত ইনিংছ খেলিছিল।

Leave A Reply

Your email address will not be published.