Breaking

”সৃষ্টি এক অবিৰত যাত্ৰা” NGO ৰ প্ৰশংসনীয় পদক্ষেপ । দীপাৱলীত ব্যৱহৃত কলপুলি সমূহ হাতীৰ বাবে নিয়াৰ প্ৰস্তুতি…

0 34

A day with Elephants শীৰ্ষক কাইলৈ তৃতীয় বাৰৰ বাবে নলবাৰী জিলাৰ পৰা নিব লগা দীপাৱলীত ব্যবহৃত কলপুলি সমূহ মানাহ ৰাষ্ট্ৰীয় উদ্যানত থকা হাতী সমূহলৈ আহাৰ হিচাপে নিয়াৰ বাবে প্ৰস্তুতি চলি আছে ।

প্ৰতিকূল বতৰকো নেওচি সম্পূৰ্ণ নিৰীক্ষণ কৰিহে পুলিবোৰ গোটোৱা হৈছে আৰু নলবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত একগোট কৰি থকা হৈছে ।

Leave A Reply

Your email address will not be published.