Breaking

পৰ্ণষ্টাৰ জনী চিনচৰ হেঁপাহ। মহাকাশত কৰিব খোজে যৌন সম্ভোগ।

0 294

পৰ্ণষ্টাৰ ৪৩ বৰ্ষীয় জনী চিনছে এইবাৰ মহাকাশতো প’ৰ্ণ ছৱিৰ শ্বুটিং কৰিব বিচাৰে।

হয়, এই আকাংক্ষা নিজেই প্ৰকাশ কৰিছে প’ৰ্ণষ্টাৰগৰাকীয়ে। প্ৰথমগৰাকী পুৰুষ হিচাপে মহাকাশৰ মহাজাগতিক পৰিৱেশত উদ্দাম যৌনতাত লিপ্ত হ’ব বিচাৰে তেওঁ। এই সম্পৰ্কত মহাকাশ গৱেষণা সংস্থা ‘স্পেছ এক্স’ৰ (SpaceX) মালিক তথা বিশ্বৰ চহকী ব্যক্তি এলন মাস্ককো তেওঁ এক বিশেষ অনুৰোধ কৰিছে।

উল্লেখ্য যে মহাকাশ যাত্ৰাক সহজলভ্য কৰাৰ উদ্দেশ্যে এলন মাস্কৰ স্পেচ এক্সে কাম কৰি আহিছে। এতিয়া এই স্পেচ এক্সৰ যোগেৰই মহাকাশলৈ যাব বিচাৰে জনী চিনছ। এটা সংবাদ মাধ্যমৰ আগত এই বক্তব্য প্ৰদান কৰিছে প’ৰ্ণষ্টাৰগৰাকীয়ে।

”এয়া সম্ভৱ হ’ব পাৰে। যদি মহাকাশত যৌনসম্ভোগ কৰিব পাৰো, তেন্তে ই বিৰাট মজাৰ কাম হ’ব।’’- প’ৰ্ণষ্টাৰগৰাকীয়ে কয়- ”ইয়াৰ দ্বাৰা স্পেচএক্স সংস্থাটোৰো এটা প্ৰমোচন হ’ব।’’

প’ৰ্ণষ্টাৰগৰাকীয়ে মহাকাশত যৌনসংগম কৰিব বিচাৰিলেও বিজ্ঞানীসকলে ইয়াৰ বিপৰীত ভাষ্য প্ৰদান কৰিছে। তেওঁলোকৰ মতে, মহাকাশত মধ্যাকৰ্ষণ শক্তি নাই। থাকে নানাধৰণৰ মহাজাগতিক ৰশ্মি আৰু তীব্ৰ গতিৰ চুম্বকীয় তৰংগ। এইসমূহে মানুহৰ শৰীৰতো প্ৰভাৱ পেলায়। ফলস্বৰূপে মহাকাশচাৰীসকলৰ বাবেও যৌনমিলনৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰি থোৱা হৈছে।

Leave A Reply

Your email address will not be published.