চাপৰৰ কুমুৰীগাঁৱস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা। চাৰিচকীয়া বাহন এখনে খুন্দিয়ায় বাইকক।
গুৰুতৰভাৱে আহত বাইক আৰোহী। আহত বাইক আৰোহী জনৰ নাম মেহেৰ আলী হাৰকাটা গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে।
প্ৰথম অৱস্থাত চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে বৰপেটা লৈ প্ৰেৰণ কৰে। চাৰিচকীয়া বাহনখন কোচবিহাৰ পৰা তুৰা অভিমূখে আহি আছিল।
দূৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ ক্ৰমে ML 08H 9013