গেলেকী : শিৱসাগৰ জিলা অন্তৰ্গত তথা চেৰেকাপাৰস্থিত হলিনেম বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰৰ অভিনৱ প্ৰচেষ্টাত গঢ়ি উঠিছে কিছু নতুনত্ব ৰাজহুৱা আৱিস্কাৰ। লকডাউনৰ বাবে অফুৰন্ত সময় লাভ কৰা প্ৰতিজনে ব্যস্ত হৈ পৰিছে সৃষ্টিশীল কাৰ্যত৷ প্ৰতিভা বিকাশ কৰিছে ভাল লগা কামৰ জৰিয়তে৷ তেনে এগৰাকী ছাত্ৰ হৈছে গীতাৰ্থ বৰগোঁহাই৷ হলিনেম বিদ্যালয়ৰ ছাত্ৰ গীতাৰ্থ বৰগোঁহাইৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে ৰাইজৰ মাজত৷ একাণপতীয়া অধ্যয়ন আৰু সদিচ্ছাৰ বলতে ছাত্ৰগৰাকীয়ে সাজি উলিয়াইছে এখন ড্ৰোণ৷ ৰিম’ৰ্টৰ সহায়েৰে আকাশত উৰুৱাব পাৰি ড্ৰোণখন৷ ইতিপূৰ্বে গীতাৰ্থই বৰগোঁহাইয়ে সাজি উলিয়াইছে অন্য বহু সামগ্ৰী৷ বিদ্যুত চালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, বেটাৰীবিহীন টৰ্চ, কণীৰ পৰা পোৱালী জন্ম দিব পৰা অত্যাধুনিক ইনকুৱেটৰ ইত্যাদি উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে দশম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে৷ অষ্টম শ্ৰেণীত থাকোতে ছাত্ৰ গৰাকীয়ে সাজি উলিয়াইছিল এখন ইলেট্ৰ’নিক বাই চাইকেল৷ এই সকলোবোৰৰ মাজতে গীতাৰ্থই অব্যাহত ৰাখিছে নিয়মীয়া সংগীত চৰ্চা৷ ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱা আশা পুহি ৰখিছে ছাত্ৰগৰাকীয়ে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী
- Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি
- Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন
- Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা
- Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
- How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক
- Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?
- 39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
- BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা
- Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা