- ৰাতিপূৱা খালি পেটত এক গিলাচ গৰম পানী খালে Gas, পেটৰ বিষ আৰু বিভিন্ন পেটৰ বেমাৰ ভাল হয়I
- যদি কাৰোবাৰ ওজন বাঢ়িছে তেন্তে ৰাতিপূৱা এক গিলাচ গৰম পানীত দুই চামুচ নেমুৰ ৰস মিহলাই খাওক।
- গৰম পানীয়ে শৰীৰৰ পাচন পক্ৰিয়া ভালকৈ ৰখাৰ লগতে আমাৰ স্কিন খনো হাইড্ৰেট কৰি ৰাখে আৰু চালৰ উজ্জলতা বঢ়ায়।
- আহাৰ খোৱাৰ পাছত এক গিলাচ গৰম পানী খালে আহাৰ ভালকৈ হজম হয় আৰু gas নহয়।